Baastob Aru Bixaad Audiobook By ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী cover art

Baastob Aru Bixaad

Preview

Audible Standard 30-day free trial

Try Standard free
Select 1 audiobook a month from our entire collection of titles.
Yours as long as you’re a member.
Get unlimited access to bingeable podcasts.
Standard auto renews for $8.99 a month after 30 days. Cancel anytime.

Baastob Aru Bixaad

By: ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
Narrated by: Rahul Gautam Sharma
Try Standard free

$8.99 a month after 30 days. Cancel anytime.

Buy for $15.86

Buy for $15.86

লীলাৱতী দেৱ চৌধুৰী কোন? তেওঁৰ জীৱনৰ ওপৰত ভিত্তি কৰি আগবাঢ়ি যায় কিছু ঘটনাৰাজি। অথবা পোহৰহীন পৃথিৱীত পোহৰ বিচাৰি হাবাথুৰি খোৱা কোনো এজন ব্যক্তি.. পোহৰহীনতাৰ পৰা পোহৰলৈ যাত্ৰা আৰম্ভ কৰিব পাৰি নে? কিয় কিছুমান ৰাজ্যৰ বাবে কন্যা সন্তান এতিয়াও অভিশাপ? ১৯৯৮ চনৰ কলিকতাৰ গ্ৰন্থমেলাত কি ঘটিছিল? কোন আছিল অনুপমা? নক্সাল আন্দোলনত উত্তাল হোৱা কলিকতাৰ এটা সময়ৰ জীৱন্ত দলিল। এখন আত্মজীৱনীমূলক আংগিক গ্ৰন্থ। কি আছে ইয়াৰ ভিতৰছোৱাত ? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰথিতযশা সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ গ্ৰন্থ 'বাস্তৱ আৰু বিষাদ'।©2022 Storyside IN (P)2022 Storyside IN Biographies & Memoirs
No reviews yet