Gupon kaitor aasur Audiobook By ৰঞ্জু হাজৰিকা cover art

Gupon kaitor aasur

Preview

Audible Standard 30-day free trial

Try Standard free
Select 1 audiobook a month from our entire collection of titles.
Yours as long as you’re a member.
Get unlimited access to bingeable podcasts.
Standard auto renews for $8.99 a month after 30 days. Cancel anytime.

Gupon kaitor aasur

By: ৰঞ্জু হাজৰিকা
Narrated by: Ratna Das
Try Standard free

$8.99 a month after 30 days. Cancel anytime.

Buy for $2.36

Buy for $2.36

প্ৰখ্যাত যাদুকৰ চাণক্য কেনেকৈ সোমাই পৰিল প্ৰসেন আৰু পূৰৱীৰ পবিত্ৰ প্ৰেমৰ চাকনৈয়াত !! শিকাৰু আৰু অপ্ৰতিষ্ঠিত যাদুকৰ প্ৰসেনৰ হাতৰ পৰা চাণক্যই কি যাদুৰেনো কাঢ়ি নিছিল পূৰৱীৰ মন...কিয় প্ৰেমিক প্ৰসেনৰ বাহুবন্ধনৰ পৰা আঁতৰি গৈ পূৰৱী হৈ পৰিল চাণক্যৰ বাগদত্তা....সঁচাকৈ এনে যাদুও কৰিব পাৰে নে চাণক্যই য'ত মৃত্যুৱেও হাৰ মানিবলৈ বাধ্য হয় ?সেই শিহৰণকাৰী যাদু প্ৰদৰ্শনৰ সময়ত কি ঘটিছিল সেইদিনা ?সমাধিত পুতি থোৱা বাকচটোৰ পৰা ওলাই আহিব পাৰিল নে যাদুকৰ চাণক্য ? নে বিফল হ'ল সেই যাদু ? কোন আছে আঁৰত ? এনেদৰে ত্ৰিকোণ প্ৰেমৰ শিহৰণ , স্বাসৰুদ্ধময় উৎকণ্ঠা আৰু উদ্বেগেৰে ভৰা ৰহস্যধৰ্মী উপন্যাস 'গোপন কাঁইটৰ আঁচোৰ '-এ পাঠকক লৈ যায় কল্পনা -অনুভূতিৰ অন্য এক প্ৰান্তলৈ ।©2023 Storyside IN (P)2023 Storyside IN Thriller & Suspense
No reviews yet