Nala Damayanti Audiobook By Anand Neelakantan, প্ৰণামী কৌশিক - translator cover art

Nala Damayanti

Preview

Audible Standard 30-day free trial

Try Standard free
Select 1 audiobook a month from our entire collection of titles.
Yours as long as you’re a member.
Get unlimited access to bingeable podcasts.
Standard auto renews for $8.99 a month after 30 days. Cancel anytime.

Nala Damayanti

By: Anand Neelakantan, প্ৰণামী কৌশিক - translator
Narrated by: Himangshu Gogoi, কমল লোচন, মৈত্ৰেয়ী পাটৰ
Try Standard free

$8.99 a month after 30 days. Cancel anytime.

Buy for $15.85

Buy for $15.85

সৃষ্টিকৰ্তা ব্ৰহ্মাই নিজহাতে সজা পৃথিৱীখন ধ্বংস কৰি পেলাব বিচাৰিছে। নিজৰ সৃষ্টিৰ আটাইতকৈ ডাঙৰ ভুল মানুহ নামৰ প্ৰজাতিটোৰ কৰ্মকাণ্ডৰ দ্বাৰা তেওঁ অতিশয় অতিষ্ঠ হৈছে। কিন্তু হেমাংগ নামৰ মানসৰোবৰৰ সোণালী হাঁহটোৱে আকৌ মানুহ ভাল পায়। তাৰ ভয়, ব্ৰহ্মাই সঁচাকৈয়ে ব্ৰহ্মাণ্ডৰ নক্সাৰ পৰা পৃথিৱীক মচি পেলাব! সি ব্ৰহ্মাক খাটনি ধৰিলে, তেওঁ তাক এটা মাত্ৰ সুযোগ দিলেই সি পৃথিৱীলৈ যাব আৰু প্ৰমাণ কৰি দেখুৱাব যে পৃথিৱীৰ বাসিন্দাসকলৰ মাজত এতিয়াও সঁচা, নিস্বাৰ্থ প্ৰেম জীয়াই আছে। কথামতেই হেমাংগই ধৰালৈ বুলি উৰা মাৰিলে। কিন্তু তাৰ উদ্দেশ্য সফল হ'ল জানো? হেমাংগই নল আৰু দময়ন্তীৰ প্ৰেমত সৰগীয় সত্য বিচাৰি পালে। কিন্তু পৃথিৱীত তাণ্ডৱ চলাই থকা দেৱতা কলিয়ে সেই প্ৰেম সাৰ্থক হবলৈ দিব নে? নল-দময়ন্তীৰ প্ৰেমৰ পৰীক্ষা হেমাংগৰো যে অগ্নি-পৰীক্ষা তাৰ মৰমৰ পৃথিৱীক ব্ৰহ্মাৰ কোপৰ পৰা ৰক্ষা কৰাৰ! নল-দময়ন্তীৰ প্ৰেমৰ কাহিনীটো ভাৰতীয় সাহিত্যৰ এটা ধ্ৰুপদী কাহিনী। এই কাহিনীটোকে আটকধুনীয়াকৈ সজাই-পৰাই স্ৰাব্য নাটকৰূপে শুনিব পৰাকৈ ইংৰাজীত লিখি উলিয়াইছে দেশৰ যশস্বী কাহিনীকাৰ আনন্দ নীলকণ্ঠনে, একমাত্ৰ ষ্টৰীটেলৰ বাবে। নাটকখন অসমীয়ালৈ সাৱলীলভাৱে অনুবাদ কৰিছে প্ৰণামী কৌশিকে। মু্খ্য চৰিত্ৰত কণ্ঠ নিগৰাইছে যুৱ প্ৰজন্মৰ প্ৰতিভাৱান তথা জনপ্ৰিয় শিল্পী কমল লোচন, মৈত্ৰেয়ী পাটৰ তথা হিমাংশু গগৈয়ে। আহকচোন, সকলোৱে জনা এই ৰোমাঞ্চকৰ প্ৰেম কাহিনীটো এক নতুন ৰূপত শুনো।©2022 Storytel Original IN (P)2022 Storytel Original IN
No reviews yet